অসম

১০ বছৰ পুৰণি বিহু সমিতিলৈ ৰাজ্য চৰকাৰৰ বিশেষ উপহাৰ…

চেক প্ৰদান অনুষ্ঠানত উপস্থিত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ লগতে মন্ত্ৰী বিমল বৰা

শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত ৰাজ্য চৰকাৰৰ বিশেষ কাৰ্যসূচী।১০ বছৰ পুৰণি বিহু কমিটীক সাহায্য প্ৰদান চৰকাৰৰ।

 

ৰাজ্যৰ ১২৬২খন বিহু কমিটীক সাহায্য প্ৰদান কৰে মুখ্যমন্ত্ৰীয়ে। ১০ বছৰ পুৰণি প্ৰতিখন বিহু কমিটীক প্ৰদান কৰা হয় ডেৰলাখ টকাৰ চেক। চেক প্ৰদান অনুষ্ঠানত উপস্থিত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ লগতে মন্ত্ৰী বিমল বৰা।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

4 × 3 =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.