অসমবোলছবিশিল্পীসংগীতসংস্কৃতি

জুবিনহীনতাত গৰিমাই হিয়া ধাকুৰি কান্দিছে

সামাজিক মাধ্যম যোগে জনাইছে ওপজা দিনৰ শুভেচ্ছা

আজি মাথোঁ এটুকুৰাই আশা….
যদি তুমি সোণাপুৰৰ সন্ধ্যাত নিঃশব্দে এপাক আহিব পাৰা, আহিবা….
মানুহৰ ক্ৰন্দন বৰষিত হাঁহিৰ মাজত তোমাৰ কণ্ঠৰ সেই মৃদু ছাঁয়াটো এবাৰ দেখুৱাই দিলে
তোমাৰ মৰমৰ অসমীয়াই অলপ সাহস পালেহেঁতেন জুবিনবিহীনভাৱে জীয়াবলৈ..
এৰা…. আজি তোমাৰ জন্মদিন।
তোমাৰ অনুপস্থিতিত !!
তুমিহীনভাৱে জীয়াবলৈ অসমীয়াই কাহানিও শিকা নাই। তোমাৰ মৰমৰ গৰিমাই তুমিহীন তোমাৰ জন্মদিনত হিয়া ধাকুৰি কান্দিছে। সামাজিক মাধ্যমত লিখিছে, “এই জনমৰ পৰা জন্মান্তৰলৈকে আমি আমাৰ কাহিনী লিখি যাম Goldie…. Happy birthday ! কুশলে থাকা।”

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

15 + sixteen =

Back to top button