Assamঅসমদৈনিক বাতৰি

ৰাজপথলৈ ওলাল অংগনৱাড়ী কৰ্মী-সহায়িকা, মাজুলীৰ কমলাবাৰীত কৰ্মী-সহায়িকাৰ উত্তাল প্ৰতিবাদ

ৰাজপথলৈ ওলাল অংগনৱাড়ী কৰ্মী-সহায়িকা, মাজুলীৰ কমলাবাৰীত কৰ্মী-সহায়িকাৰ উত্তাল প্ৰতিবাদ

ৰাজপথলৈ ওলাল অংগনৱাড়ী কৰ্মী-সহায়িকা

মাজুলীৰ কমলাবাৰীত কৰ্মী-সহায়িকাৰ উত্তাল প্ৰতিবাদ

কৰ্মীসকলক চৰকাৰী কৰ্মচাৰী হিচাপে স্বীকৃতিৰ দাবী

শিশু উন্নয়ন প্ৰকল্প কাৰ্যালয় সন্মুখত প্ৰতিবাদ

প্ৰতিকুল বতৰক নেওচি শ শ কৰ্মীৰ প্ৰতিবাদত অংশগ্ৰহণ

প্ৰতিশ্ৰুতি পূৰণ নহ’লে নিৰ্বাচনত ভোট বৰ্জনৰ হুংকাৰ

মাননিৰ সলনি মজুৰি প্ৰদান কৰা, অংগনাবাদী কৰ্মীসকলক চৰকাৰী কৰ্মচাৰী হিচাপে স্বীকৃতি প্ৰদান কৰা, সামাজিক সুৰক্ষা প্ৰদান কৰা, নিশ্চিত পেঞ্চন প্ৰদান কৰা আদি দাবীৰে উত্তাল কৰি তোলে প্ৰতিবাদস্থলী।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

three × one =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.