Socialঅসম

আহতৰ খবৰ ল’বলৈ গৈ GMCHত ছিপাঝাৰৰ বিধায়কৰ আশ্চৰ্যজনক মন্তব্য

আনহাতে অবৈধ বেদখল এই চৰকাৰে উচ্ছেদ কৰিব বুলি GMCHত মন্তব্য কৰে স্বাস্থ্যমন্ত্রী কেশৱ মহন্তৰ

ৰক্তাক্ত গৰুখুঁটিৰ ঘটনাৰ আহতসকলৰ খবৰ ল’বলৈ গৈ GMCHত ছিপাঝাৰৰ বিধায়কৰ আশ্চৰ্যজনক মন্তব্য-  ‘ঢলপুৰৰ ঘটনাত জড়িত আছে তৃতীয় শক্তি। ঢলপুৰত উচ্ছেদ হ’বই। আৰক্ষীৰ ওপৰত আছিল এয়া পৰিকল্পিত আক্রমণ’।

আনহাতে অবৈধ বেদখল এই চৰকাৰে উচ্ছেদ কৰিব বুলি GMCHত মন্তব্য কৰে স্বাস্থ্যমন্ত্রী কেশৱ মহন্তৰ।

 

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

1 × 4 =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.