◾ মহানগৰীত স্বাস্থ্য আৰু খাদ্য সুৰক্ষা বিভাগৰ অভিযান

◾ ভৰলুমুখ, শান্তিপুৰ আৰু উজানবজাৰত এই অভিযান

◾ অস্বাস্থ্যকৰ পৰিৱেশৰ বিৰুদ্ধে এই অভিযান

◾ অভিযান চলাই ৮খনকৈ ব্যৱসায়িক প্রতিষ্ঠানত

◾ অভিযানত পোহৰলৈ আহে নথি পত্রৰ বিসংগতি

◾ অভিযানত জৰিমনা বিহে কেইবাখনো ব্যৱসায়িক প্রতিষ্ঠানক

◾ সংগ্রহ কৰে প্রায় ১ লাখ ৫০০ টকাৰ জৰিমনা


