leatest updateআন্তঃৰাষ্ট্ৰীয়দৈনিক বাতৰিভাৰত

আমেৰিকা ভ্ৰমণ সামৰি পিৰামিডৰ দেশত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী।

ইজিপ্ত প্ৰধানমন্ত্ৰী মোদীক প্ৰদান কৰা হয় 'অৰ্ডাৰ অফ দ্য নাইল'সন্মান।

আমেৰিকা ভ্ৰমণ সামৰি পিৰামিডৰ দেশত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী। প্ৰধানমন্ত্ৰী হিচাপে নৰেন্দ্ৰ মোদীৰ এয়া প্ৰথম ইজিপ্ত যাত্ৰা। ৰাজধানী কাইৰোত ৰাষ্ট্ৰপতি আব্দেল ফাতাহ আল ছিদ্দিকৰ সৈতে এক দ্বিপাক্ষিক বৈঠকত মিলিত হয় প্ৰধানমন্ত্ৰীগৰাকী।

Image

আনহাতে দ্বিতীয় বিশ্বযুদ্ধত শ্বহীদ হোৱা ভাৰতীয় সৈনিকসকলৰ সমাধিস্থলীতো শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে প্ৰধানমন্ত্ৰী মোদীয়ে । লগতে ১০ শতিকা পুৰণি আল হাকিম মছজিদ পৰিদৰ্শন কৰাও দেখা যায় প্ৰধানমন্ত্ৰী মোদীক।

Image

ইজিপ্ত ভ্ৰমণৰ দ্বিতীয় দিনা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক প্ৰদান কৰা হয় ‘অৰ্ডাৰ অফ দ্য নাইল’সন্মান। প্ৰধানমন্ত্ৰীগৰাকীক ইজিপ্তৰ এই সৰ্বোচ্চ সন্মান প্ৰদান কৰে ইজিপ্তৰ ৰাষ্ট্ৰপতি আব্দুল ফাতেহ আল চিচিয়ে।

 

Pratham Khabar News

প্ৰথম খবৰ 24/7 হৈছে অসমীয়া ছেটেলাইট নিউজ চেনেল 'নিউজ টাইম অসম'ৰ ৱেব চাইট। যি আপোনাক স্থানীয় আৰু লগতে দেশ-বিদেশৰ শেহতীয়া খবৰ দি থাকে।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

six − one =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.