Socialঅৰ্থনৈতিকঅসমআঞ্চলিক

সমাগত দুৰ্গোৎসৱ! পিছে গভীৰ অনিশ্চয়তাত মৃণ্ময় শিল্পীসকল

গভীৰ অনিশ্চয়তাত মৃণ্ময় শিল্পীসকল

সমাগত শাৰদীয় দুৰ্গোৎসৱ। দুৰ্গোৎসৱলৈ মাজত মাথোঁ এটা মাহ। পিছে গভীৰ অনিশ্চয়তাত মৃণ্ময় শিল্পীসকল।
ক’ৰোনাসৃষ্ট পৰিৱেশৰ বাবে নাই পূৰ্বৰ দৰে উছাহ।

মূৰ্তি নিৰ্মাণ কৰিও থমকি ৰৈছে মৃৎশিল্পীসকল। কি হ’ব ভৱিষ্যৎ? সকলো যেন অনিচ্ছয়তাত! আহিবলে ঘুৰি পুৰ্বৰ সেই উৎসৱৰ দিনবোৰ!

সম্পৰ্কিত প্ৰবন্ধসমূহ

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনা প্ৰকাশ কৰা নহ'ব । প্ৰয়োজনীয় ক্ষেত্ৰসমূহত *এৰে চিন দিয়া হৈছে

eleven − seven =

Back to top button