অপৰাধৰাজনৈতিক

বৃদ্ধি পাইছে তালিবানৰ বৰ্বৰতা! শান্তি ৰক্ষা মানেই যেন এতিয়া তেজৰ খেল!

গৰ্ভৱতী মহিলাৰ ওপৰতো নিৰ্মম প্ৰহাৰ তালিবানৰ

গৰ্ভৱতী মহিলাৰ ওপৰতো দয়া নকৰিলে তালিবানে। স্বামী আৰু সন্তানৰ সমুখতেই গাৰ নোম শিয়ৰি উঠা শাস্তি দিলে এগৰাকী গৰ্ভৱতী আৰক্ষী বিষয়াক।

দিনে দিনে বৃদ্ধি পাইছে তালিবানৰ বৰ্বৰতা। তালিবানৰ বাবে শান্তি ৰক্ষা মানেই যেন এতিয়া তেজৰ খেল।

পুনৰ নিষ্ঠুৰতাৰ প্ৰমাণ দি তালিবানে স্বামী আৰু সন্তানৰ সমুখতেই গুলিৰে থকা সৰকা কৰিলে এগৰাকী আফগান মহিলা আৰক্ষীৰ দেহ। ৬ মাহৰ অন্তঃসত্বা আছিল মহিলা আৰক্ষী বিষয়াগৰাকী।

পুনৰ তালিবানে দাঙি ধৰিলে নিজৰ নিষ্ঠুৰতাৰ প্ৰমাণ। স্বামী আৰু সন্তানৰ সমুখতেই গুলিৰে থকা সৰকা কৰে এগৰাকী মহিলা আফগান আৰক্ষীৰ দেহ। তাকো এনে এক সময়ত যি সময়ত মহিলা আৰক্ষী বিষয়াগৰাকী ৬ মাহৰ অন্তঃসত্বা আছিল।

কেৱল গুলিয়াইয়ে শান্তি নাপায় তালিবানে, মৃত্যুৰ পিছত বানু নেগৰ নামৰ গৰ্ভৱতী মহিলাগৰাকীৰ চেহেৰাও স্ক্ৰু ড্ৰাইভাৰেৰে বিকৃত কৰি পেলাই।

গুলিয়াৰ আগতে তালিবানীয়ে পৰিয়ালৰ সমুখতেই ৬ মাহৰ গৰ্ভৱতী মিহলাগৰাকীক মাৰপিট কৰে, তাৰ পিছত গুলিয়াই। আৰু শেষত চেহেৰাও নষ্ট কৰি দিয়ে।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

one × 5 =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.