অসমউৎসৱধৰ্মীয়মনোৰঞ্জন

আজি সপ্তমী! ৰাজ্যজুৰি উদযাপন শাৰদীয় দুৰ্গাপূজা

ক'ভিড প্ৰটকলৰ বাবে দুৰ্গা পুঁজাৰ মাদকতা হ্ৰাস হোৱা পৰিলক্ষিত হৈছে

ৰাজ্যজুৰি উদযাপিত হৈছে শাৰদীয় দুৰ্গাপূজা। আজি সপ্তমী। ৰাজ্যৰ অন্যান্য অঞ্চলৰ লগতে নাৰায়ণপুৰতো বিভিন্ন স্থানত উলহ মালহেৰে দুৰ্গা পুঁজা উদযাপিত হৈছে৷
ৰাজ্য চৰকাৰে বান্ধি দিয়া ক’ভিড প্ৰটকলৰ বাবে পূৰ্ৱৰ তুলনাত পূঁজা আয়োজন কৰাৰ ক্ষেত্ৰত সৃষ্টি হোৱা জটিলতাৰ বাবে দুৰ্গা পুঁজাৰ পূৰ্ৱৰ মাদকতা হ্ৰাস হোৱা পৰিলক্ষিত হৈছে ৷ নাৰায়ণপুৰৰ ধলপুৰস্থিত শ্ৰীশ্ৰী পেটুৱা গোসাঁঞী থানটো উদযাপিত হৈছে দুৰ্গাপূজা৷
আজি সপ্তমী তিথিত শক্তিপীঠ খনত পুৱাৰে পৰা ভক্তৰ আগমন পৰিলক্ষিত হৈছে ৷ প্ৰতি বছৰে শক্তিপীঠ খনত উলহ মালহেৰে অনুষ্ঠিত হৈ আহিছে দুৰ্গা পুজা ৷ সবিশেষ দেখুৱাব নাৰায়ণপুৰৰ সংবাদ দাতা দিপান্ত কাকতিয়ে ।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

one × 3 =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.