অসমগুৱাহাটীদৈনিক বাতৰিভাৰতৰাজনৈতিক

মনিপুৰত শান্তি উভতাৰ দাবীত শিলচৰত বৃহৎ সমদল

শিলচৰৰ ৰাজপথ বৃহৎ সমদল

ওলাই আহিল হাজাৰ হাজাৰ পুৰুষ-মহিলা

অশান্ত মণিপুৰত শান্তি উভতাই অনাৰ দাবী

মনিপুৰত শান্তি উভতাৰ দাবীত শিলচৰত বৃহৎ সমদল ৷ অল আছাম মনিপুৰী ইয়ুথ এছোছিয়েচনৰ আহ্বানত শিলচৰৰ বিভিন্ন ৰাজপথ হাজাৰ হাজাৰ লোকৰ সমাগম। মনিপুৰত শান্তি উভতাই অনাৰ দাবী জনাই ৰাজপথলৈ ওলাই আহিল হাজাৰ হাজাৰ পুৰুষ-মহিলা ৷ শিলচৰ চহৰৰ কেইবাটাও পথ পৰিক্ৰমা কৰি জিলা উপায়ুক্ত কাৰ্যালয়লৈ মিছিল কৰিছে প্ৰতিবাদীসকলে ৷

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

7 + 7 =

Back to top button