অসমগুৱাহাটীদৈনিক বাতৰিভাৰত

হোমৰ গুৰিত ঢলং-পলং সুৰাসক্ত দৰা ! মদৰ বাবেই ভাঙিল এখন বিয়া !

নলবাৰীৰ এখন বিবাহক লৈ চলিছে চৰ্চা। কইনা আনিবলৈ গৈ সুৰামত্ত দৰা হোমৰ গুৰিতে বাগৰি পৰিল।

নলবাৰীৰ এখন বিবাহক লৈ চলিছে চৰ্চা

নলবাৰীৰ বৰখনাজানত আছিল এইখন বিয়া

দৰা আছিল নলবাৰীৰ গোপালবজাৰৰ

কইনা আনিবলৈ গৈ সুৰামত্ত দৰা হোমৰ গুৰিতে বাগৰি পৰিল

অভিযোগ মতে দৰাৰ পিতৃও সুৰাসক্ত হৈ আছিল দৰাৰ এনে ৰূপ দেখি কইনাই ’লে চৰম সিদ্ধান্ত।

মাতাল দৰাৰ লগত বিয়াত নবহাৰ সিদ্ধান্ত ল’লে কইনাই হাহাকাৰ লাগিল ৰভাস্থলিত

শেষত ৰভাস্থলিত  উপস্থিত  হব লগা হল আৰক্ষীৰ দল

কইনাৰ সাহসী সিদ্ধান্তক সমৰ্থন জনাই পৰিয়ালে আৰু শেষত  কইনা অবিহনে উভতিল সুৰাসক্ত দৰা।  

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

3 × one =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.