Wedding

অসম

হোমৰ গুৰিত ঢলং-পলং সুৰাসক্ত দৰা ! মদৰ বাবেই ভাঙিল এখন বিয়া !

নলবাৰীৰ এখন বিবাহক লৈ চলিছে চৰ্চা। নলবাৰীৰ বৰখনাজানত আছিল এইখন বিয়া। দৰা আছিল নলবাৰীৰ গোপালবজাৰৰ। কইনা আনিবলৈ গৈ সুৰামত্ত দৰা হোমৰ গুৰিতে বাগৰি পৰিল। অভিযোগ মতে দৰাৰ পিতৃও সুৰাসক্ত হৈ আছিল। দৰাৰ এনে ৰূপ দেখি কইনাই ল’লে চৰম সিদ্ধান্ত। মাতাল দৰাৰ লগত বিয়াত নবহাৰ সিদ্ধান্ত ল’লে কইনাই। হাহাকাৰ লাগিল ৰভাস্থলিত। অৱশেষত ৰভাস্থলিত  উপস্থিত  হব লগা হল আৰক্ষীৰ দল। কইনাৰ সাহসী সিদ্ধান্তক সমৰ্থন জনাই পৰিয়ালেও। আৰু অৱশেষত  কইনা অবিহনে উভতিল সুৰাসক্ত দৰা।  

Read More »
মনোৰঞ্জন

১৫ বছৰীয়া প্ৰেমৰ অন্তত বিবাহপাশত আবদ্ধ হ’ল আচুৰ্য–মীনাক্ষি

হোমৰ জুইক সাক্ষী কৰি ডেৰগাঁৱৰ মিনাক্ষীৰ সৈতে যুগ্ম জীৱনৰ পাতনি মেলিলে জনপ্ৰিয় কণ্ঠশিল্পী আচুৰ্য বৰপাত্ৰই । ১৫ বছৰীয়া প্ৰেমৰ অন্তত…

Read More »
ভাৰত

Shanelle Irani, daughter of Smriti Irani, wears  red lehenga on her wedding ceremony with Arjun Bhalla in a beautiful Rajasthan ceremony

Union minister and former actor Smriti Irani’s daughter Shanelle Irani married Arjun Bhalla on Thursday at Rajasthan’s Khimsar Fort. The…

Read More »
মনোৰঞ্জন

কণ্ঠশিল্পী গীতালি দেৱীৰ বিয়া। গীতালিৰ হাতত জিলিকিল কাৰ নামৰ মেহেন্দী!

যুগ্মজীৱনৰ পাতনি মেলিলে জনপ্ৰিয় কণ্ঠশিল্পী গীতালি দেৱীয়ে। তিনিচুকীয়াৰ বোৱাৰী হ’ব গীতালি। জীৱনৰ দ্বিতীয় ইনিংছত একেলগে ভৰি দিলে সুমিত সাগৰৰ সৈতে।…

Read More »
বলিউড

গোপনে বিবাহপাশত আৱদ্ধ হ’ল সোণাক্ষী, পিছে দৰা কোন জানিলে আচৰিত হ’ব আপুনি…

চৰ্চাত বলিউডৰ অভিনেত্ৰী সোণাক্ষী সিনহা। গোপনে বিবাহপাশত আৱদ্ধ হ’ল অভিনেত্ৰীগৰাকী। হীৰাৰ আঙঠি পিন্ধি ছ’চিয়েল মিডিয়াত ফটো শ্বেয়াৰ কৰিলে সোণাক্ষীয়ে। কিন্তু…

Read More »
মনোৰঞ্জন

পূৰ্ণ গতিত চলিছে ৰণবীৰ আৰু আলিয়াৰ বিবাহৰ প্ৰস্তুতি! কেতিয়ালৈ হ’ব বিয়া?

আলিয়া ভাট্ট আৰু ৰণবীৰ কাপুৰ সাজু হৈছে বিবাহ পাশত আৱদ্ধ হ’বলৈ। খবৰ অনুসৰি ইতিমধ্যে পূৰ্ণ গতিত চলি আছে প্ৰস্তুতি। ৰণবীৰ…

Read More »
মনোৰঞ্জন

ৰাজ্যৰ চুটি-চাপৰ মানুহৰ ৰাজকীয় বিবাহ! উপস্থিত থাকিব ৰজাঘৰীয়া লোক…

কোকৰাঝাৰৰ এজন চুটি-চাপৰ মানুহৰ বহুচৰ্চিত বিয়া। অচিনাকী লোকে মনেশ্বৰক দেখিলে সাধাৰণতে সৰু ল’ৰা বুলিয়েই ভুল কৰে । কিন্তু দেখাত চুটি…

Read More »
মনোৰঞ্জন

ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰা এখন ব্যতিক্ৰমী বিবাহ! প্ৰযুক্তিৰ সম্পুৰ্ণ ব্যৱহাৰ হৈছে বিবাহখনত

পশ্চিম বংগৰ এখন ব্যতিক্ৰমী বিবাহ ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে। ক’ভিড নিয়ম অমান্য নকৰাকৈয়ে ৪৫০গৰাকী অতিথিক আতিথ্য কৰিবলৈ সাজু হৈছে…

Read More »
বলিউড

ৰিয়েল লাইফত সম্ভৱ নহ’লেও ৰীল লাইফত কেটৰিনাৰ সৈতে ৰোমাঞ্চ কৰিব ছলমান খানে!

বলীউডৰ মোহময়ী অভিনেত্ৰী কেটৰিনা কাইফ যোৱা ৯ ডিচেম্বৰত অভিনেতা বিকি কৌশলৰ সৈতে বিবাহ পাশত আবদ্ধ হয়। এসময়ত ছলমান আৰু কেটৰিনাৰ…

Read More »
অপৰাধ

বিবাহ অনুষ্ঠানত গান বজোৱাৰ বাবেই গুলীয়াই হত্যা

অশান্ত আফগানিস্তানত পুনৰ অঘটন। বিবাহ অনুষ্ঠানত গান বজোৱাৰ বাবেই বন্দুকধাৰীয়ে হত্যা কৰিলে তিনিজন লোকক। পূব আফগানিস্তানৰ এখন বিবাহ অনুষ্ঠান চলি…

Read More »
Back to top button