অপৰাধঅসম

দুধনৈত মৄতদেহ উদ্ধাৰক লৈ তীব্ৰ চাঞ্চল্য

মৃত্যুৰ  প্ৰকৃত কাৰণ এতিয়ালৈ ৰহস্যৰ আঁৰত

দুধনৈত মৄতদেহ উদ্ধাৰ।

দশমীৰ আনন্দ মাৰ নাযাওঁতে দুধনৈ নদীত মৃতদেহ উদ্ধাৰ হোৱা ঘটনাই তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে দুধনৈত।

আজি বিয়লি দুধনৈ নদীৰ শান্তিনগৰত পানীত উপঙি থকা মৃতদেহ প্ৰত্যক্ষ কৰি আৰক্ষীক খবৰ দিয়াত আৰক্ষীয়ে নৈৰ পৰা মৃতদেহ তুলি অনাত দুধনৈৰ পানীটেংকিৰ ২৬ বছৰীয়া মোহন বিশ্বকৰ্মা বুলি চিনাক্ত কৰে।

মৃত্যুৰ  প্ৰকৃত কাৰণ এতিয়ালৈ জানিব পৰা হোৱা নাই।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

9 + one =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.