মেঘালয়স্বাস্থ্য

MEGHALAYA: খ্ৰীষ্টমাছ, নৱবৰ্ষ উপলক্ষে পূব খাচী পাহাৰ জিলাত ‘ড্ৰাই দে’ ঘোষণা

শ্বিলঙৰ পূব খাচী পাহাৰৰ উপায়ুক্ত ইচাৱান্দা লালুৱে প্ৰদান কৰিছে এই নিৰ্দেশ।

মেঘালয় চৰকাৰে ২৪, ২৫ ডিচেম্বৰ আৰু ১ জানুৱাৰী, ২০২২ তাৰিখে সমগ্ৰ পূব খাচী পাহাৰ জিলাত খ্ৰীষ্টমাছ আৰু নৱবৰ্ষ উপলক্ষে ‘ড্ৰাই দে’ ঘোষণা কৰিছে।

চৰকাৰী অধিসূচনা অনুসৰি, সকলো বণ্ডেড ৱেৰহাউচ/আইএমএফএল দুয়োটা “অফ” আৰু “অন” দোকান/হোম ডেলিভাৰী লাইচেঞ্চেৰী/কেণ্টিন আৰু আউট ষ্টিল এই দিনবোৰত বন্ধ থাকিব।

শ্বিলঙৰ পূব খাচী পাহাৰৰ উপায়ুক্ত ইচাৱান্দা লালুৱে এই নিৰ্দেশ প্ৰদান কৰিছে।

Notice

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

three × 5 =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.