অসমগুৱাহাটীছিংগাপুৰবলিউডভাৰতশিল্পীসংগীতসংস্কৃতিস্বাস্থ্য

জুবিন গাৰ্গৰ জীৱনক লৈ হেতালি খেলিলে শ্যামকানু মহন্তই

বলিউদৰ তাৰকা হৈ পৰিল জুবিন গাৰ্গতকৈ ঘনিষ্ঠ

কিয় ৰেহাই দিব নালাগে শ্যামকানু মহন্তক?
২০২২ চনৰ কথা,শ্যামকানু মহন্তকৰ মালিকানাধীন ৰঙালী ফেষ্টিভেলত বলিউদৰ গায়িকা শ্ৰুতি হাচানক গুৱাহাটীলৈ নিমন্ত্ৰণ কৰি আনিছিল শ্যামকানু মহন্তই।
সেই সময়চোৱাত –
● শ্যামকানু মহন্তই শ্ৰুতি হাচানক গুৱাহাটীলৈ নিজে বিমানবন্দৰৰ পৰা আদৰি আনিছিল
● শ্ৰুতি হাচানক শ্যামকানু মহন্তই VVIP সেৱা প্ৰদান কৰিছিল
● শ্ৰুতি হাচানৰ সৈতে দুগৰাকী চৰকাৰী দেহৰক্ষী নিয়োগ কৰিছিল শ্যামকানু মহন্তই
● শ্ৰুতি হাচানক মঞ্চতো এগৰাকী চৰকাৰী দেহৰক্ষী আৰু ব্যক্তিগত বাউঞ্চাৰ নিয়োগ কৰিছিল শ্যামকানু মহন্তই
● শ্ৰুতি হাচানৰ লগত ব্যক্তিগত আৰু চৰকাৰী ডক্টৰো নিয়োগ কৰিছিল শ্যামকানু মহন্তই

কিন্তু শ্যামকানু মহন্তই ছিংগাপুৰত বিলাসী ভাবে নৰ্থ ইষ্ট ফেষ্টিভেল আয়োজন কৰি অন্তৰাষ্ট্ৰীয় পৰ্য্যায়ত জনপ্ৰিয় জুবিন গাৰ্গক নিমন্ত্ৰণ কৰি….
● কিয় ৰেষ্টুৰেণ্ট আৰু জাহাজত ছিংগাপুৰত থকা ভাৰতীয় দূতাবাসৰ লগত কথা পাতি জুবিনক দেহৰক্ষী নিয়োগ কৰা নহল?
● জুবিনৰ লগত কিয় ডক্টৰ নিয়োগ কৰা নহল ?
● বিমানবন্দৰৰ পৰা কিয় জুবিন গাৰ্গক শ্যামকানু মহন্তই আদৰি আনিবলৈ নগল ?
● কিয় ব্যক্তিগত বাউঞ্চাৰ জুবিনৰ লগত নিয়োগ কৰা নহল ?
● কিয় হোটেলৰ কোঠাৰ বাহিৰত আৰু জাহাজত জুবিনক ডক্টৰ আৰু নিৰাপত্তাৰক্ষী নিয়োগ কৰা নহল ?
● কিয় জুবিন গাৰ্গে খোৱা খাদ্য পৰীক্ষা কৰাৰ বাবে কোনো পৰীক্ষক নিয়োগ কৰা নহল
● জুবিনৰ মৃত্যু হোৱা ঘটনাৰ খবৰ পোৱাৰ লগে লগে শ্যামকানু মহন্তই মিটিংৰ পৰা উঠি নাহি কিয় জুবিনৰ খবৰ লবলৈ অন্যক নিৰ্দেশ দিলে ?

এতিয়া কেচু খান্দোতে সাপ উলাইছে। ইয়াৰ উত্তৰ দিব নে শ্যামকানু মহন্তই ?

 

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

one × five =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.