অসমদৈনিক বাতৰি

পথ দুৰ্ঘটনাক কেন্দ্ৰ কৰি ডিব্ৰুগড়ত উত্তপ্ত পৰিস্থিতি…..

পথ দুৰ্ঘটনাক কেন্দ্ৰ কৰি ডিব্ৰুগড়ত উত্তপ্ত পৰিস্থিতি....

পথ দুৰ্ঘটনাক কেন্দ্ৰ কৰি ডিব্ৰুগড়ত উত্তপ্ত পৰিস্থিতি

উত্তেজিত ৰাইজে ঘেৰাও কৰিলে সদৰ থানা

সোমবাৰে এখন বাহনৰ খুন্দাত মৃত্যু হৈছিল মহিলা

মহিলাগৰাকীৰ মৃত্যুৰ ন্যায় বিচাৰি শতাধিকৰ থানা ঘেৰাও

দুৰ্ঘটনাক কেন্দ্ৰ কৰি ডিব্ৰুগড়ত উত্তপ্ত পৰিস্থিতি। সোমবাৰে ডিব্ৰুগড়ৰ কনভয় ৰোডৰ দক্ষিণ জালান নগৰ চাহ বাগিচাত সংঘটিত হৈছিল এক ভয়ংকৰ পথ দুৰ্ঘটনা। এখন আই20 বাহনে অন্য এখন বাহনক খুন্দিয়াই শিশু, মহিলাসহ আহত হৈছিল এজন চাইকেল আৰোহীৰ। আহত মহিলাগৰাকীৰ মৃত্যু হয় চিকিৎসাধীন অৱস্থাতেই। ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ আটক কৰে চালকজনক। সুৰাসক্ত অৱস্থাত চালকজনে গাড়ী চলোৱাৰ অভিযোগ। মহিলাগৰাকীৰ মৃত্যু পিছতেই ন্যায় বিচাৰি উত্তেজিত ৰাইজে ঘেৰাও কৰে থানা।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

one × 2 =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.