অসমঅসম আৰক্ষী

গ্ৰেপ্তাৰ হ’ল ছিপাঝাৰ ট্ৰেজেদীৰ ঘাতক চালক ছফিকুল ইছলাম তালুকদাৰ…

ঘটনা সংঘটিত কৰিয়েই পলায়ন কৰিছিল ছপিকুল ইছলাম। কিন্তু বুধবাৰে, বাইহাটা চাৰিআলিৰ পৰা অসম আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে ছফিকুল ইছলাম তালুকদাৰক।

কালিকা লগা মঙলবাৰে, ছিপাঝাৰত পাঁচ নিৰীহৰ প্ৰাণ কাঢ়ি নিয়া লম্পট ট্ৰাক চালকক গ্ৰেপ্তাৰ। বাইহাটাৰ পৰা গ্ৰেপ্তাৰ চালকজনক।

 

মঙলবাৰে, ছিপাঝাৰৰ ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথত প্ৰাতঃভ্ৰমণলৈ ওলাই যোৱা ৮জন নিৰীহক মহটিয়াই নিছিল মঙলদৈ-গুৱাহাটী অভিমুখী এখন মালবাহী ট্ৰাকে। এই ট্ৰাকখন চলাই গৈছিল ঘাতক ছফিকুল ইছলাম তালুকদাৰে। ঘটনাত মৃত্যুমুখত পৰিছিল তিনি হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ্থীৰ লগতে দুগৰাকী মহিলা। আনহাতে, সংকটজনক অৱস্থাত বৰ্তমানেও চিকিৎসাধীন তিনজন যুৱক।

 

ঘটনা সংঘটিত কৰিয়েই পলায়ন কৰিছিল ছপিকুল ইছলাম। কিন্তু বুধবাৰে, বাইহাটা চাৰিআলিৰ পৰা অসম আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে ঘাতক ছফিকুল ইছলাম তালুকদাৰক।

prathamkhabarnews

প্ৰথম খবৰ 24/7 হৈছে অসমীয়া ছেটেলাইট নিউজ চেনেল 'নিউজ টাইম অসম'ৰ ৱেব চাইট। যি আপোনাক স্থানীয় আৰু লগতে দেশ-বিদেশৰ শেহতীয়া খবৰ দি থাকে।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

3 + thirteen =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.