জম্মু-কাশ্মীৰ

দুটা গোচৰৰ বাবে চিৰজীৱনৰ বাবে কাৰাগাৰৰ আলহী হ’ল য়াছিন মালিক…

পাকিস্তানৰ সমৰ্থক সন্ত্রাসবাদীৰে যোগসূত্রৰ অভিযোগ য়াছিন মালিকৰ বিৰুদ্ধে। মালিকক বিহা হৈছে ১০ লাখ টকাৰ জৰিমনা।

জম্মু-কাশ্মীৰৰ বিচ্ছিন্নতাবাদী নেতা য়াছিন মালিকক যাৱজ্জীৱন কাৰাদণ্ড।  নিষিদ্ধ সংগঠন জম্মু কাশ্মীৰ লিবাৰেচন ফ্ৰণ্টৰ মুৰব্বীক কাৰাদণ্ড।

 

সন্ত্রাসবাদীক ধন যোগান ধৰাৰ দুটা গোচৰত অভিযুক্ত য়াছিন মালিক। দিল্লীৰ পাটিয়ালা হাউছ আদালতে প্ৰদান কৰে চূড়ান্ত ৰায়দান। সন্ত্রাসবাদীক ধন যোগান ধৰিছিল বিচ্ছিন্নতাবাদী নেতাজনে। পাকিস্তানৰ সমৰ্থক সন্ত্রাসবাদীৰে যোগসূত্রৰ অভিযোগ য়াছিন মালিকৰ বিৰুদ্ধে। মালিকক বিহা হৈছে ১০ লাখ টকাৰ জৰিমনা।

 

আনফালে, শ্রীনগৰত য়াছিন মালিকৰ সমৰ্থকৰ তীব্র প্রতিবাদ। শ্রীনগৰত দোকান-পোহাৰ বন্ধ কৰি দিলে য়াছিনৰ সমৰ্থকে। নিৰাপত্তাৰ বাবে মোতায়েন সুৰক্ষা বাহিনী, বন্ধ কৰি দিয়া হৈছে ইণ্টাৰনেট সেৱা।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

5 × 5 =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.