অসমদৈনিক বাতৰিবিজ্ঞানবিশ্বভাৰত

ISROৰ চন্দ্ৰযান-৩ৰ অভিযানৰ আজি বিশেষ দিন, আজি প্ৰপালচন মডিউলাৰৰ পৰা পৃথক হ’ব লেণ্ডাৰ ‘বিক্ৰম’

ISROৰ চন্দ্ৰযান-৩ৰ অভিযানৰ আজি বিশেষ দিন, আজি প্ৰপালচন মডিউলাৰৰ পৰা পৃথক হ’ব লেণ্ডাৰ ‘বিক্ৰম’

ISROৰ চন্দ্ৰযান-৩ৰ অভিযানৰ আজি বিশেষ দিন

আজি প্ৰপালচন মডিউলাৰৰ পৰা পৃথক হ’ব লেণ্ডাৰ ‘বিক্ৰম’

লেণ্ডাৰ বিক্ৰমে কঢ়িয়াই নিছে ‘প্ৰজ্ঞান ৰ’ভাৰ’

দিনৰ প্ৰায় ১ বজাত আৰম্ভ হ’ব এই প্ৰক্ৰিয়া

চন্দ্ৰপৃষ্ঠৰ পৰা ১৫৭ কি.মি. আঁতৰত আছে চন্দ্ৰযান-৩

৬ দিনৰ পিছত অৱতৰণ কৰিব লেণ্ডাৰ বিক্ৰমে

চন্দ্ৰপৃষ্ঠ ভ্ৰমণ কৰি চন্দ্ৰৰ তথ্য সংগ্ৰহ কৰিব

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

11 + 3 =

Back to top button