অপৰাধঅসমঅসম আৰক্ষী

হাত-ভৰি বন্ধা অৰ্ধ উলংগ মৃতদেহ উদ্ধাৰ হ’ল মহানগৰীৰ পানীখাইতিত

পানীখাইতিৰ আমগাঁৱত উদ্ধাৰ যুৱতীৰ মৃতদেহ

◼️ মহানগৰীৰ পানীখাইতিত চাঞ্চল্যকৰ ঘটনা

◼️ পানীখাইতিৰ আমগাঁৱত উদ্ধাৰ যুৱতীৰ মৃতদেহ

◼️ হাত-ভৰি বন্ধা অৱস্থাত উদ্ধাৰ মৃতদেহ

◼️ অৰ্ধউলংগ অৱস্থাত উদ্ধাৰ হৈছে মৃতদেহটো

◼️ পানীখাইতি আৰক্ষী চকীৰ সমীপতে উদ্ধাৰ মৃতদেহ

◼️ এতিয়ালৈকে উদ্ধাৰ হোৱা নাই যুৱতীগৰাকীৰ পৰিচয়

◼️ দুষ্কৃতিকাৰীয়ে পেলাই থৈ যোৱাৰ সন্দেহ আৰক্ষীৰ

◼️ ঘটনাস্থলীত উপস্থিত পানীখাইতি আৰক্ষী

◼️ ঘটনা সন্দৰ্ভত তদন্ত আৰম্ভ আৰক্ষীৰ

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

ten − 5 =

Back to top button