অসমভ্ৰমণমনোৰঞ্জন

৬৪তম বিএন, এছএছবিয়ে “আজাদী কা অমৃত মহোৎসৱ” পালন কৰি ছাত্ৰীৰ বাবে আয়োজন কৰে অধ্যয়ন ভ্ৰমণ

৬৪তম বিএন, এছএছবিয়ে "আজাদী কা অমৃত মহোৎসৱ" পালন কৰি ইণ্ডো-ভূটান সীমান্তৰ দৰঙ্গা আৰু পাটকিজুলিৰ সীমান্তৱৰ্তী অঞ্চলৰ ৯ম শ্ৰেণীৰ ছাত্ৰীসকলৰ বাবে দুদিনীয়া (২২ আৰু ২৩ মাৰ্চ ২০২২) অধ্যয়ন ভ্ৰমণৰ আয়োজন কৰিছিল। এই ভ্ৰমণৰ শুভাৰম্ভ কৰে শ্ৰীমতী পংকজ যাদৱে

৬৪তম বেটেলিয়ন, এছ.এছ.বি., বাৰামা

বিদ্যালয়ৰ শিক্ষাৰ্থীসকলৰ বাবে আয়োজিত অধ্যয়ন ভ্ৰমণ।

৬৪তম বিএন, এছএছবিয়ে “আজাদী কা অমৃত মহোৎসৱ” পালন কৰি ইণ্ডো-ভূটান সীমান্তৰ দৰঙ্গা আৰু পাটকিজুলিৰ সীমান্তৱৰ্তী অঞ্চলৰ ৯ম শ্ৰেণীৰ ছাত্ৰীসকলৰ বাবে দুদিনীয়া (২২ আৰু ২৩ মাৰ্চ ২০২২) অধ্যয়ন ভ্ৰমণৰ আয়োজন কৰিছিল।
এই ভ্ৰমণৰ শুভাৰম্ভ কৰে শ্ৰীমতী পংকজ যাদৱে।

তামুলপুৰৰ এছপিয়ে ৬৪তম বিএন, এছএছবি-ৰ দ্বাৰা আয়োজিত অনুষ্ঠানটোৰ প্ৰশংসা কৰে আৰু শিক্ষাৰ্থীসকলক ভ্ৰমণৰ সময়ত ভাল সময় অতিবাহিত কৰিবলৈ অনুপ্ৰাণিত কৰে।

শ্ৰ. ৰজনীশ মৰেলে কয় যে, “এই ভ্ৰমণে শিক্ষাৰ্থীসকলক তেওঁলোকৰ কাৰ্যকৰী শিক্ষা আৰু যোগাযোগ বৃদ্ধি কৰাত সহায় কৰাৰ লগতে অসমৰ সমৃদ্ধ সংস্কৃতিৰ বিষয়ে জানি, দৃষ্টিভংগী সলনি কৰা আৰু ব্যক্তিত্ব বিকাশতো সহায় কৰিব।”
অসম, গুৱাহাটীৰ আইপিএছ, আইজিপি (টি এপি) শ্ৰী অনুৰাগ আগৰৱালে গুৱাহাটীৰ উলুবাৰীৰ আৰক্ষী মুখ্য কাৰ্যালয়ত ছাত্ৰ-ছাত্ৰীসকলৰ সৈতে বাৰ্তালাপ কৰি তেওঁ শিক্ষাৰ্থীসকলক কঠোৰ অধ্যয়ন কৰিবলৈ আৰু ভৱিষ্যতে সফলতা অৰ্জন কৰিবলৈ আহ্বান জনায়। তেওঁ লগতে এনে কাৰ্যসূচী আৰম্ভ কৰাৰ বাবে ৬৪তম, বিএন, এছএছবি-ৰ প্ৰশংসা কৰে।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

fourteen − four =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.