অপৰাধঅসমগুৱাহাটীদুৰ্ঘটনাদৈনিক বাতৰিভাৰত

মহানগৰীৰ নুনমাটিত মৃতদেহ উদ্ধাৰ, মঠঘৰীয়াৰ বাছ আস্থানত উদ্ধাৰ মৃতদেহটো

মহানগৰীৰ নুনমাটিত মৃতদেহ উদ্ধাৰ

মঠঘৰীয়াৰ বাছ আস্থানত উদ্ধাৰ মৃতদেহটো

মৃতদেহটো উপেন ডেকাৰ বুলি চিনাক্ত স্থানীয়

অইল টেংকাৰৰ চালক আছিল উপেন ডেকা

মঠঘৰীয়াত ভাৰাতীয়া হিচাপে আছিল লোকজন

উপেন ডেকাৰ পত্নী দীৰ্ঘদিনৰ পৰা সন্ধানহীন

পত্নী সন্ধানহীন হোৱাৰ পৰাই বাছ আস্থানত লৈছিল আশ্ৰয়

দুৰাৰোগ্য ৰোগত আক্ৰান্ত হৈ মৃত্যু হোৱাৰ সন্দেহ আৰক্ষীৰ

নুনমাটি আৰক্ষীয়ে মৃতদেহ উদ্ধাৰ কৰি প্ৰেৰণ কৰে GMCHলৈ

৭২ ঘণ্টাৰ বাবে GMCHৰ মৰ্গতে ৰাখিব মৃতদেহটো

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

1 + 12 =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.