অসমগুৱাহাটীদৈনিক বাতৰিভাৰতৰাজনৈতিক

গান্ধী মণ্ডপত সম্পন্ন ৰাজ্যিক কেবিনেট, কেবিনেট বৈঠকত কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত

গান্ধী মণ্ডপত সম্পন্ন ৰাজ্যিক কেবিনেট

কেবিনেট বৈঠকৰ পিছতে মুখ্যমন্ত্ৰীৰ সংবাদমেল

কেবিনেটত গ্ৰহণ কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত

২৫০ml পানীৰ বটল বন্ধৰ সিদ্ধান্ত কেবিনেটত

SEBAৰ শিক্ষাৰ্থীৰ বাবে অভিযান্ত্ৰিক কলেজত ৫% আসন সংৰক্ষণ

HSত ৬০% নম্বৰ পোৱা ছাত্ৰীলৈ ২৫৯ কোটি টকা ব্যয়ৰে স্কুটী প্ৰদান

ছাত্ৰৰ ক্ষেত্ৰত ৭৫% নম্বৰ পালে লাভ কৰিব স্কুটী

মৰাণ আৰু মটকৰ বাবে DSP আৰু মেজিষ্ট্ৰেট পদ সংৰক্ষণ হ’ব

পৌৰসভাৰ চাফাই কৰ্মচাৰীয়ে লাভ কৰিব দুৰ্ঘটনা, মৃত্যুৰ বীমা ধন

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

5 × one =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.