অসমজন্তুপ্ৰযুক্তিবন্যপ্ৰাণী

মৰ্মান্তিক! বিদ্যুৎতৰ তাঁৰত পুনৰ মৃত্যু পশুধনৰ

চৰকাৰে গোসুৰক্ষা আইন প্ৰণয়ণ কৰিছে, কিন্তু মানুহ জাতিৰ পৰা গোধন কিমান সুৰক্ষিত?

মৰ্মান্তিক! বিদ্যুৎতৰ তাঁৰত পুনৰ মৃত্যু পশুধনৰ।

চৰকাৰে গোসুৰক্ষা আইন প্ৰণয়ণ কৰিছে, কিন্তু মানুহ জাতিৰ পৰা গোধন কিমান সুৰক্ষিত?

শক্তি বিভাগৰ গাফিলতিৰ ফলত প্ৰাণ গ’ল গোধনৰ। বটদ্ৰৱাৰ শান্তিজান পাৰত বিদ্যুৎতৰ তাৰত লাগি কৰুণ মৃত্যু এটি গৰুৰ।

শান্তিজান বিলত পানী খুৱাই গৰুটোক উঠাই আনোতে মাটিত পৰি থকা বিদ্যুৎৰ তাঁৰত লাগি ধৰে গৰুটো। বাৰে বাৰে শক্তি বিভাগক খবৰ দিয়াৰ পিছতো কৰ্তন নকৰিলে বিদ্যুৎ সংযোগ।

দুৰ্ঘটনাৰ প্ৰায় চাৰি ঘণ্টা পিছত ঘটনাস্থলীত আৰক্ষী উপস্থিত হোৱাতহে কৰ্তন কৰে বিদ্যুৎ সংযোগ।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

5 + five =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.