অপৰাধঅসমগুৱাহাটীদুৰ্ঘটনাদৈনিক বাতৰিধৰ্মীয়ধাৰ্মিকভাৰতৰাজনৈতিক

হাৰিয়ানাত অব্যাহত সাম্প্ৰাদায়িক উত্তেজনা, দিল্লীৰ সমীপৱৰ্তী হাৰিয়ানাৰ ৯জিলাত সান্ধ্য আইন

হাৰিয়ানাত অব্যাহত সাম্প্ৰাদায়িক উত্তেজনা

হাৰিয়ানাৰ উত্তেজনা দিল্লীৰ সমীপৱৰ্তী এলেকালৈ সম্প্ৰসাৰিত

গুৰুগ্ৰাম আৰু পলৱাল জিলালৈ সম্প্ৰসাৰিত উত্তেজনা

গুৰুগ্ৰামত নিশা সংঘটিত কেইবাটাও অগ্নিসংযোগৰ ঘটনা

নুহৰ হিংসাত্মক ঘটনাৰ পিছত সমদল স্থগিত ৰখাৰ সিদ্ধান্ত

সমদল স্থগিত ৰখাৰ বাবে সৰ্বোচ্চ ন্যায়ালয়ত আৱেদন

নুহৰ হিংসাত্মক ঘটনাৰ পিছত ৪৪খন FIR ৰুজু

হিংসাত্মক ঘটনাৰ পৰিপ্ৰেক্ষিতত ৭০জনক আটক

দিল্লীৰ সমীপৱৰ্তী হাৰিয়ানাৰ ৯জিলাত সান্ধ্য আইন

বুধবাৰেও কেইবাখনো জিলাত বন্ধ থাকিব শিক্ষানুষ্ঠান

সংঘৰ্ষত এইপৰ্যন্ত নিহত ৫ জন

সংঘৰ্ষত প্ৰায় ৪০খনকৈ বাহন জ্বলাই দিছিল দুৰ্বৃত্তই

ইণ্টাৰনেট সেৱা কৰ্তনৰ সময়সীমা বৃদ্ধিৰ সম্ভাৱনা

ভয়াৱহ সংঘৰ্ষত আহত হৈছিল কেইবাজনো পুলিচ কৰ্মী

সোমবাৰে বিশ্ব হিন্দু পৰিষদৰ সমদলত চলাইছিল আক্ৰমণ। এটা বিশেষ সম্প্ৰদায়ৰ লোকে কৰিছিল আক্ৰমণ। VHP আৰু মাতৃ শক্তি দুৰ্গা বাহিনীৰ সমদলত চলিছিল আক্ৰমণ। ব্ৰজমণ্ডল যাত্ৰা শীৰ্ষক সমদলত সংঘটিত হৈছিল আক্ৰমণৰ ঘটনা।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

four × two =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.