leatest updateঅসমগুৱাহাটীজন্তুদৈনিক বাতৰি

মানাহ ৰাষ্ট্ৰীয় উদ্যানত উদ্ধাৰ এটা গঁড়ৰ কংকাল।

কংকালটো উপ-প্ৰাপ্তবয়স্ক মাইকী গঁড়ৰ বুলি চিনাক্ত

মানাহ ৰাষ্ট্ৰীয় উদ্যানত পুনৰ গঁড়ৰ মৃত্যু। ৩১ জুলাইৰ নিশা উদ্ধাৰ এটা গঁড়ৰ কংকাল। বাঁহবাৰী ৰেঞ্জৰ কাহিটেমা বীটৰ এলেকাত উদ্ধাৰ গঁড়টো। কংকালটো উপ-প্ৰাপ্তবয়স্ক মাইকী গঁড়ৰ বুলি চিনাক্ত।

পৰস্পৰৰ মাজত হোৱা যুঁজত মৃত্যু হোৱাৰ সন্দেহ মানাহ ৰাষ্ট্ৰীয় উদ্যান কৰ্তৃপক্ষৰ। কিন্তু গঁড়টোৰ মৃত্যুক লৈ বিভিন্নজনে উত্থাপন কৰিছে প্ৰশ্ন। এয়া মানাহ কৰ্তৃপক্ষৰ গাফিলতিৰ পৰিণতি মাত্ৰ৷ চোৰাং চিকাৰীৰ আগ্ৰাসন বৃদ্ধিৰ বাবেই এই ঘটনা সংঘটিত হোৱাৰ অভিযোগ ৷ উদ্ধাৰ হোৱা গঁড়ৰ কংকালটো বিভাগে সদৰি কৰা অনুসৰি দুই-তিনিদিন পুৰণি কংকাল বুলি মানি ল’বলৈ অস্বীকাৰ ভিন্ন পক্ষৰ ৷

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

17 + three =

Back to top button