Assamassam policeCity newsCrimeঅপৰাধঅসমঅসম আৰক্ষীগুৱাহাটীদৈনিক বাতৰিভাৰত

মহানগৰীৰ নাৰেংগীত চাঞ্চল্যকৰ ঘটনা, এজন শিক্ষকৰ পৰা কৌশলেৰে দুৰ্বৃত্তই লুটি নিলে ১ লাখ ৪০ হাজাৰ টকা

মহানগৰীৰ নাৰেংগীত চাঞ্চল্যকৰ ঘটনা

এজন শিক্ষকৰ পৰা কৌশলেৰে ধন লুট

দুৰ্বৃত্তই লুটি নিলে ১ লাখ ৪০ হাজাৰ টকা

ATM কাৰ্ড সলনি কৰি দুই যুৱকে লুটিলে ধন

গীতানগৰৰ বাসিন্দা দিবাকৰ বৈশ্যৰ লগত ঘটিল এই ঘটনা

দিবাকৰে প্ৰথমে উলিয়াইছিল ৩ হাজাৰ টকা

২ যুৱকে ATM কাৰ্ড সলাই লুটি নিলে ধনখিনি

ভুক্তভোগী পৰিয়ালটো কাষ চাপিছে আৰক্ষীৰ

 

 

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

5 + four =

Back to top button