অপৰাধঅসম

চিৰাঙত বন বিভাগৰ গুলীত আহত এজন লোক, খুংগ্ৰিঙত প্ৰকৃততে কি হৈছিল?

প্ৰাক্তন উগ্ৰপন্থীৰ সদস্যই গুলীওৱা বুলি অভিযোগ স্থানীয় লোকৰ

চিৰাঙৰ ভাৰত ভুটান সীমান্ত খুংগ্ৰীংত গুলীচালনাৰ ঘটনা। বন বিভাগৰ গুলীত আহত এজন লোক। গুলীবিদ্ধ লোকজনৰ নাম বেনামিন বসুমতাৰী। বিনাদোষত প্ৰাক্তন উগ্ৰপন্থীৰ সদস্যই গুলীওৱা বুলি অভিযোগ স্থানীয় লোকৰ ৷ আনহাতে বন বিভাগৰ মতে বন বিভাগৰ লোকৰ ওপৰত কৰ্তব্যৰত অৱস্থাত একাংশ লোকে আক্ৰমণ কৰাৰ ফলত শুন্যলৈ গুলীচালনাত লোকজন আহত হয়। বৰ্তমান আহত লোকজন কাজলগাঁও জেএচবি অসামৰিক চিকিৎসালয়ত চিকিৎসাধীন ।

prathamkhabarnews

প্ৰথম খবৰ 24/7 হৈছে অসমীয়া ছেটেলাইট নিউজ চেনেল 'নিউজ টাইম অসম'ৰ ৱেব চাইট। যি আপোনাক স্থানীয় আৰু লগতে দেশ-বিদেশৰ শেহতীয়া খবৰ দি থাকে।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

fourteen − seven =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.