অপৰাধঅসমঅসম আৰক্ষী

চান্দমৰী আৰক্ষীৰ সফল অপাৰেচন

চান্দমৰী আৰক্ষীয়ে গান্ধীবস্তি, ভাস্কৰনগৰ আদি অঞ্চলত অভিযান চলাই বুজন পৰিমানৰ ড্ৰাগছ জব্দ কৰে

ড্ৰাগছৰ বিৰুদ্ধে চান্দমৰী আৰক্ষীৰ সফল অভিযান।

চান্দমৰী আৰক্ষীয়ে গান্ধীবস্তি, ভাস্কৰনগৰ আদি অঞ্চলত অভিযান চলাই বুজন পৰিমানৰ ড্ৰাগছ জব্দ কৰে। লগতে গ্ৰেপ্তাৰ কৰে তিনি কুখ্যাত ড্ৰাগছ সৰবৰাহকাৰী।ধৃত সৰবৰাহকাৰী কেইজন ক্ৰমে, অনুফা বেগম, গৌতম শৰ্মা, সাদ্দাম হুছেইন।
সৰবৰাহকাৰীকেইজনৰ পৰা আৰক্ষীয়ে জব্দ কৰে বৃহৎ পৰিমাণৰ ড্ৰাগছৰসহ বহু খালি কনটেইনাৰ, চিৰিঞ্জ, ১০টাকৈ মোবাইল ফোনৰ লগতে নগদ ধন ৫ হাজাৰ টকা।

ধৃত সৰবৰাহকাৰী কেইজনে মহানগৰীৰ বিভিন্ন প্ৰান্তত সৰবৰাহ কৰি আহিছিল নিষিদ্ধ ড্ৰাগছ।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

one × two =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.