leatest updateঅসমদৈনিক বাতৰি

৭০ হাজাৰ নিবনুৱাক প্ৰদান নিযুক্তি পত্ৰ। নৰেন্দ্ৰ মোদীয়ে ভাৰ্ছুৱেলী প্ৰদান কৰিলে নিযুক্তি পত্ৰ

গুৱাহাটীত অনুষ্ঠিত ৰোজগাৰ মেলাৰ অনুষ্ঠানত উপস্থিত থাকে কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল।

সমগ্ৰ দেশজুৰি আজি কেন্দ্ৰীয় চৰকাৰৰ উদ্যোগত পুনৰ অনুষ্ঠিত হয় ৰোজগাৰ মেলা। দেশৰ ৪৪টা স্থানত অনুষ্ঠিত ৰোজগাৰ মেলাত প্ৰায় ৭০ হাজাৰ নিবনুৱা যুৱক যুৱতীক প্ৰদান কৰা হয় নিযুক্তি পত্ৰ।

এই ৰোজগাৰ মেলাত ভাৰ্ছুৱেলী অংশগ্ৰহণ কৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। গুৱাহাটীত অনুষ্ঠিত ৰোজগাৰ মেলাৰ অনুষ্ঠানত উপস্থিত থাকে কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল।

prathamkhabarnews

প্ৰথম খবৰ 24/7 হৈছে অসমীয়া ছেটেলাইট নিউজ চেনেল 'নিউজ টাইম অসম'ৰ ৱেব চাইট। যি আপোনাক স্থানীয় আৰু লগতে দেশ-বিদেশৰ শেহতীয়া খবৰ দি থাকে।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

nineteen − 9 =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.