leatest updateঅসমদৈনিক বাতৰি

বন্ধ হব নামৰূপৰ সাৰ কাৰখানা! প্ৰস্তুতি কেন্দ্ৰীয় চৰকাৰৰ।

নামৰূপত প্ৰতিবাদী কাৰ্যসূচী সাৰ কাৰখানা শ্ৰমিক ইউনিয়নৰ।

নামৰূপ সাৰ কাৰখানা বন্ধ কৰাৰ বাবে কেন্দ্ৰীয় চৰকাৰে চলোৱা প্ৰস্তুতিক লৈ সৃষ্টি হৈছে তীব্ৰ প্ৰতিক্ৰিয়াৰ। ইয়াৰ বিৰোধিতাৰে শনিবাৰে নামৰূপত এক প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে সাৰ কাৰখানা শ্ৰমিক ইউনিয়নে।

এই প্ৰতিবাদত অংশ লয় নামৰূপ ছাত্ৰ সন্থায়ো। ইফালে চৰকাৰী সিদ্ধান্তৰ বিৰোধিতাৰে নতুন দিল্লীত সৰৱ হৈ পৰিছে কংগ্ৰেছ সাংসদ গৌৰৱ গগৈ।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

17 − 13 =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.