অসমদৈনিক বাতৰি

বোকাজানৰ লক্ষীজানত ভয়ংকৰ দুৰ্ঘটনা, যাত্ৰীবাহী বাছ-অটো ৰিক্সাৰ মুখামুখি সংঘৰ্ষ

বোকাজানৰ লক্ষীজানত ভয়ংকৰ দুৰ্ঘটনা, যাত্ৰীবাহী বাছ-অটো ৰিক্সাৰ মুখামুখি সংঘৰ্ষ

বোকাজানৰ লক্ষীজানত ভয়ংকৰ দুৰ্ঘটনা

যাত্ৰীবাহী বাছ-অটো ৰিক্সাৰ মুখামুখি সংঘৰ্ষ

দুৰ্ঘটনাত গুৰুতৰভাৱে আহত কেইবাজনো যাত্ৰী

চিকিৎসাধীন অৱস্থাত মৃত্যু অটোখনৰ এজন যাত্ৰীৰ

জানিব পৰা হোৱা নাই মৃত লোকজনৰ পৰিচয়

আহতক বোকাজান সমূহীয়া চিকিৎসালয়ত ভৰ্তি

ঘটনাস্থলীত উপস্থিত হৈ বোকাজান আৰক্ষীৰ তদন্ত

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

7 + four =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.