অসমদৈনিক বাতৰিভাৰত

তিনিদিনীয়া সূচীৰে নতুন দিল্লীলৈ মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা

তিনিদিনীয়া সূচীৰে নতুন দিল্লীলৈ মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা

তিনিদিনীয়া সূচীৰে নতুন দিল্লীলৈ মুখ্যমন্ত্ৰী ডঃ শৰ্মা

শনিবাৰে নিশা ১২ বজাত নতুন দিল্লীত উপস্থিত হয় মুখ্যমন্ত্ৰী

দিল্লী যাত্ৰা সন্দৰ্ভত চৰকাৰীভাৱে সদৰী কৰা নাই কোনো তথ্য

মণিপুৰৰ শেহতীয়া পৰিস্থিতি সন্দৰ্ভত এই দিল্লী যাত্ৰা

গৃহমন্ত্ৰী অমিত শ্বাহ, বিজেপিৰ শীৰ্ষ নেতৃত্বৰে আলোচনাৰ সম্ভাৱনা

উল্লেখ্য যে মণিপুৰৰ শেহতীয়া ঘটনা সন্দৰ্ভত বিজেপিৰ শীৰ্ষ নেতাৰ ভাষ্যক লৈ ৰাজ্যৰ ৰাজনীতিত যথেষ্ট প্ৰতিক্ৰিয়া অব্যাহত আছে। কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে মণিপুৰৰ ঘটনাক দুখজনক আখ্যা দিয়াৰ বিপৰীতে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই বিৰোধীশাসিত ৰাজস্থান, পশ্চিমবংগত ধৰ্ষণ নহয় নেকি বুলি প্ৰশ্ন কৰিছিল।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

fourteen + 19 =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.