অসমদৈনিক বাতৰি

বোকাজানত যাত্ৰীবাহী বাছৰপৰা জব্দ বৃহৎ পৰিমাণৰ গাঞ্জা, বৰপথাৰ আৰক্ষীৰ তালাচিত জব্দ ৯০ কেজিৰ গাঞ্জা

বোকাজানত যাত্ৰীবাহী বাছৰপৰা জব্দ বৃহৎ পৰিমাণৰ গাঞ্জা

বোকাজানত যাত্ৰীবাহী বাছৰপৰা জব্দ বৃহৎ পৰিমাণৰ গাঞ্জা

বৰপথাৰ আৰক্ষীৰ তালাচিত জব্দ ৯০ কেজিৰ গাঞ্জা

ডিমাপুৰৰ পৰা নগাঁও অভিমুখী আছিল যাত্ৰীবাহী বাছখন

১৭টা পেকেটত কৌশলেৰে লুকুৱাই আনিছিল গাঞ্জাখিনি

ইতিমধ্যে বৰপথাৰ আৰক্ষীয়ে গাঞ্জাসহ আটক কৰে সৰবৰাহকাৰী প্রেমা পণ্ডিতক । অধিক তথ্যৰ বাবে জেৰা অব্যাহত আৰক্ষীৰ

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

2 × three =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.