অসমগুৱাহাটীদুৰ্ঘটনাদৈনিক বাতৰিভাৰত

বৰপেটা মেডিকেল কলেজ হাস্পতালত অঘটন, অট্টালিকাত ৰঙ কৰি থকা সময়ত পৰি আহত শ্ৰমিকজন

বৰপেটা মেডিকেল কলেজৰ প্ৰসূতি বিভাগৰ নতুনকৈ নিৰ্মাণ কৰা এটা ৫ মহলীয়া অট্টালিকাত ৰং কৰি আছিল আবু তালেব নামৰ শ্ৰমিকজনে ৷

অট্টালিকাটোত ৰঙ কৰি থকা সময়ত প্ৰয়োজনীয় সুৰক্ষা ব্যৱস্থা নোলোৱাৰ বাবেই শ্ৰমিকজন ওপৰৰ পৰা পৰি যোৱা বুলি সহকৰ্মীসকলে প্ৰকাশ কৰিছে ৷

ততালিকে BMCHৰ ICUত ভৰ্তি কৰে শ্ৰমিকজনক ৷

এই মুহূৰ্তলৈ ঘটনা সন্দৰ্ভত হস্পিটাল কতৃপক্ষই কোনো কথা জনোৱা নাই যদিও প্ৰত্যক্ষদৰ্শী শ্ৰমিকসকলে অট্টালিকাটোৰ পৰা পৰি যোৱা শ্ৰমিকজন থিতাতে নিহত হোৱাৰ সন্দেহ প্ৰকাশ কৰিছে ৷

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

6 − 4 =

Back to top button