অসমউৎসৱজীৱনশৈলী

আৰম্ভ হ’ল বিহু? পূৱাই গৰু গা ধোৱাই মৰাণ জনগোষ্ঠীৰ লোকে উলাহ মালহেৰে পালন কৰিলে গৰু বিহু

মৰাণ জনগোষ্ঠীৰ আজিৰে পৰা আৰম্ভ হ'ল বিহু

মৰাণ জনগোষ্ঠীৰ আজিৰে পৰা আৰম্ভ হ’ল বিহু।

ঐতিহাসিক কালৰে পৰা মৰাণ জনগোষ্ঠীৰ লোকসকলে বহাগৰ প্ৰথম মঙলবাৰে উৰুকা, বুধবাৰে গৰু বিহু, বৃহস্পতিবাৰে মানুহ বিহু পালন কৰি আহিছে।

ভিন্ন প্ৰান্তত  বসবাস কৰা মৰাণ জনগোষ্ঠীৰ লোকসকলৰ  সমান্তৰালভাবে তিনিচুকীয়াৰ থানা চাৰিআলিত আজি উলাহ মালহেৰে পালন কৰে গৰু বিহু। তিনিচুকীয়া চহৰৰ আশে পাশে থকা শতাধিক পৰিয়ালে একত্ৰিত হৈ বুধবাৰে পূৱাই থানা চাৰিআলিত গৰু গা ধোৱাই গৰু বিহু পালন কৰে।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

4 × three =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.