অসমদুৰ্ঘটনা

তামুলপুৰত ভয়ংকৰ দুৰ্ঘটনা! থিতাতে নিহত এজন

BTC প্ৰধান প্ৰমোদ বড়োৰ কনভয়ৰ বাহন দুৰ্ঘটনা গ্ৰস্ত

◾তামুলপুৰৰ এঘাৰ মাইলত ভয়ংকৰ পথ দুৰ্ঘটনা

◾BTC প্ৰধান প্ৰমোদ বড়োৰ কনভয়ৰ বাহন দুৰ্ঘটনা গ্ৰস্ত

◾দুৰ্ঘটনাত থিতাতে নিহত এজন, আহত ৩জন

◾নিহত আৰক্ষী জোৱানজনৰ নাম ৰাজু কলিতা

◾নিয়ন্ত্ৰণ হেৰুৱাই পথৰ দাঁতিত লুটি খাই পৰে বাহনখন

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

three × one =

Back to top button