অসমৰাজনৈতিক

ধুমুহাই তচনচ কৰিছে প্ৰদেশ কংগ্ৰেছ ! ৰিপুন বৰাৰ পিছে-পিছে কংগ্ৰেছৰ পৰা আঁতৰিল কেইবাজনো…

মেইলযোগে ছোনীয়া গান্ধীলৈ পদত্যাগ পত্ৰ প্ৰেৰণ কংগ্ৰেছী নেতাৰ

প্ৰদেশ কংগ্রেছত পুনৰ খহনীয়া। কংগ্ৰেছৰ পৰা পদত্যাগ কৰিলে ৪ কংগ্ৰেছীয়ে। মেইলযোগে ছোনীয়া গান্ধীলৈ পদত্যাগ পত্ৰ প্ৰেৰণ কংগ্ৰেছী নেতাৰ।

 

পদত্যাগ কৰিলে সম্পাদক গজেন্দ্র প্রসাদ উপমন্যু, দিগন্ত ভূষণ বৰ্মন, মুখপাত্র বনদ্বীপ দত্ত আৰু অৰূপজ্যোতি ভূঞাই। উল্লেখ্য যে, দুদিন পূৰ্বে কংগ্ৰেছৰ পৰা পদত্যাগ কৰিছিল প্ৰাক্তন সভাপতি ৰিপুন বৰাই।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

four + 7 =

Back to top button