বলিউড

ভাৰতী-হৰ্ষৰ জীৱনলৈ সুখৰ বন্যা, মাক হ’বলৈ ওলাইছে Laughter Queen ভাৰতী সিং

২০১৭ চনতে গোৱাত বিবাহপাশত আৱদ্ধ হোৱা ভাৰতী আৰু হৰ্ষে ইনষ্টাগ্ৰামৰ জৰিয়তে এটা ভিডিঅ' শ্বেয়াৰ কৰি লিখে যে-'আমি মা হ'বলৈ ওলাইছো।'

Laughter Queen ভাৰতী সিং আৰু হৰ্ষ লিম্বাচিয়াৰ জীৱনলৈ অৱশেষত আহিল এটা ভাল খবৰ। বহু কষ্ট, আশা-প্ৰত্যাশাৰ অন্ত পেলাই সুখৰ হাঁহি বিৰিঙিছে ভাৰতী-হৰ্ষৰ মুখত। মাতৃ হ’বলৈ ওলাইছে সকলোকে হাঁহিৰ খোৰাক যোগাই ভালপোৱা ভাৰতী সিং। শুকুৰবাৰে নিশা, ইনষ্টাগ্ৰামযোগে দম্পতীহালে ঘোষণা কৰে এই কথা।ভাৰতী-হৰ্ষৰ জীৱনলৈ সুখৰ বন্যা, মাক হ'বলৈ ওলাইছে Laughter Queen ভাৰতী সিং

২০১৭ চনতে গোৱাত বিবাহপাশত আৱদ্ধ হোৱা ভাৰতী আৰু হৰ্ষে ইনষ্টাগ্ৰামৰ জৰিয়তে এটা ভিডিঅ’ শ্বেয়াৰ কৰি লিখে যে-‘আমি মা হ’বলৈ ওলাইছো।’

ভাৰতী-হৰ্ষৰ জীৱনলৈ সুখৰ বন্যা, মাক হ'বলৈ ওলাইছে Laughter Queen ভাৰতী সিং

ভিডিঅ’টোত যথেষ্ট সুখী দেখা পোৱা গৈছে দুয়োকে। যুগ্ম জীৱনৰ প্ৰথম উপহাৰ হিচাপে ভগৱানে দুয়োৰে জীৱনলৈ আশীৰ্বাদ হিচাপে পঠিয়াইছে এই বতৰা।

ভাৰতী-হৰ্ষৰ জীৱনলৈ সুখৰ বন্যা, মাক হ'বলৈ ওলাইছে Laughter Queen ভাৰতী সিং

উল্লেখ্য যে, আগন্তুক বৰ্ষৰ এপ্ৰিল অথবা মে’ মাহত প্ৰথম সন্তানৰ পিতৃ-মাতৃ হ’ব হৰ্ষ আৰু ভাৰতী।

ভাৰতী-হৰ্ষৰ জীৱনলৈ সুখৰ বন্যা, মাক হ'বলৈ ওলাইছে Laughter Queen ভাৰতী সিং

২০১৭ চনৰ ৩ ডিচেম্বৰত বিবাহপাশত আৱদ্ধ হোৱা ভাৰতী আৰু হৰ্ষ লিম্বাচিয়াই বহুকেইটা ৰিয়েলিটী শ্ব’ত একেলগে কাম কৰিছে। ৰিয়েলিটী শ্ব’ Nach Baliye 8 আৰু The Indian Game Show অনুষ্ঠানত একেলগে আঁত ধৰোতা হিচাপে কাম কৰিছে ভাৰতী-হৰ্ষে।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

seventeen − 16 =

Back to top button