InternationalInternationalleatest updateআন্তঃৰাষ্ট্ৰীয়দৈনিক বাতৰিবিশ্ব

আমেৰিকাই নিবিচাৰে গাজা যুদ্ধৰ অৱসান, ৰাষ্ট্ৰসংঘত আমেৰিকাৰ স্বৰূপ উন্মোচন

আমেৰিকাই নিবিচাৰে গাজা যুদ্ধৰ অৱসান, ৰাষ্ট্ৰসংঘত আমেৰিকাৰ স্বৰূপ উন্মোচন

আমেৰিকাই নিবিচাৰে গাজা যুদ্ধৰ অৱসান

ৰাষ্ট্ৰসংঘত আমেৰিকাৰ স্বৰূপ উন্মোচন

নিৰাপত্তা পৰিষদৰ গুৰুত্বপূৰ্ণ ভোটত ভেটো

গাজাত যুদ্ধবিৰতিৰ প্ৰস্তাৱৰ বিৰোধিতা আমেৰিকাৰ

প্ৰস্তাৱৰ সপক্ষে ১২খন দেশৰ ভোট

ভোটত অংশ নল’লে ৰাছিয়াকে ধৰি দুখন দেশে

আমেৰিকাৰ ভেটোৰ বাবেই গৃহীত নহ’ল প্ৰস্তাৱ

ইফালে ইজৰাইলৰ বিৰুদ্ধে তীব্ৰতৰ হৈছে প্ৰতিবাদ

গাজা হাস্পতাল আক্ৰমণৰ পিছতেই বিশ্বজুৰি প্ৰতিক্ৰিয়া

আমেৰিকাৰ কেপিটল হলত ইজৰাইলবিৰোধীৰ প্ৰদৰ্শন

কেপিটল হলত বলপূৰ্বক প্ৰৱেশ শতাধিক প্ৰতিবাদকাৰীৰ

prathamkhabarnews

প্ৰথম খবৰ 24/7 হৈছে অসমীয়া ছেটেলাইট নিউজ চেনেল 'নিউজ টাইম অসম'ৰ ৱেব চাইট। যি আপোনাক স্থানীয় আৰু লগতে দেশ-বিদেশৰ শেহতীয়া খবৰ দি থাকে।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

5 × five =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.