Covid-19Educationঅসম

জনতা ভৱনত মুখ্যমন্ত্ৰীৰ সংবাদ মেল, কৰিলে কেইবাটাও গুৰুত্বপুৰ্ণ ঘোষণা…

১৫ ফেব্ৰুৱাৰীৰ পৰা নাথাকে ক’ভিডৰ SOP

◾ জনতা ভৱনৰ পৰা মুখ্যমন্ত্ৰীৰ সংবাদ মেল

◾ ১৫ ফেব্ৰুৱাৰীৰ পৰা নাথাকে ক’ভিডৰ SOP

◾ মাস্ক আৰু ছেনিটাইজাৰ বাধ্যতামূলক

◾ ১৫ ফেব্ৰুৱাৰীৰ পৰা খুলিব স্কুল, কলেজ

◾ সকলো পৰ্যায়ৰ স্কুলেই খুলিব ১৫ ফেব্ৰুৱাৰীৰ পৰা

◾ সময়মতে অনুষ্ঠিত হ’ব পৰীক্ষা

◾ সকলো শিক্ষাৰ্থীৰে ভেকচিন বাধ্যতামূলক

◾ ১০০% দৰ্শকেৰে চলিব চিনেমা হ’ল

◾ চিনেমা হললৈ গ’লেও ল’ব লাগিব ভেকচিন

◾ বিবাহ, মাংগলিক কাৰ্যত নাথাকিব বাধা

◾সভা-সমিতিত দুপালি ভেকচিন লোৱা লোককহে অনুমতি

◾ বিহু সমিতিলৈ ডেৰ লাখকৈ চৰকাৰী সাহায্য

◾ চান্দা সংস্কৃতি ৰোধৰ বাবে এই পদক্ষেপ চৰকাৰৰ

◾ ১-৭ ব’হাগৰ ভিতৰত অনুষ্ঠিত হোৱা বিহু সমিতিলৈ এই সাহায্য

◾ পুৰনি বিহু সমিতিলৈ এই বিশেষ সাহায্য

◾ কমেও ১০ বছৰ পুৰণি হ’ব লাগিব বিহু সমিতিসমূহ

◾ সকলো চৰকাৰী কাৰ্যালয় DC অফিচৰ লগত সংযুক্ত হ’ব

◾ DCএ নিৰ্ধাৰণ কৰিব অনুষ্ঠানৰ সময়সীমা

◾ সকলো জিলাতে নিৰ্মাণ কৰা হ’ব প্ৰেক্ষাগৃহ

◾ ৫০০ ৰ পৰা ১০০ মানুহ বহিব পৰা হ’ব প্ৰেক্ষাগৃহত

◾ নগৰীকৰণক লৈ চৰকাৰৰ অভিলাষী প্ৰকল্প

◾ চহৰৰ মাজৰ পৰা কাৰাগাৰ উঠাই নিয়া হ’ব

◾ কাৰাগাৰৰ স্থানত নিৰ্মাণ কৰা হ’ব উদ্যান

◾ এপ্ৰিলত গুৱাহাটী পৌৰসভাৰ নিৰ্বাচন

◾ প্ৰতিখন জিলাতে ষ্টেডিয়াম থাকিব

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

one × five =

Back to top button