অপৰাধঅসমদৈনিক বাতৰি

ATMৰ পৰা টকা উলিয়াওতে সাৱধান হওঁক, দুষ্টচক্ৰৰ বলি হ’ব পাৰে আপুনিও!

 ATMত অচিনাকি লোকক ধন উলিয়াবলৈ দি বিপদত গুৱাহাটীৰ একাংশ প্রাপ্ত বয়স্কৰ লোক 

◼️ ATMৰ পৰা টকা উলিয়াওতে সাৱধান হওঁক আপুনি

◼️ ATMৰ পৰা টকা উলিয়াবলৈ গৈ সর্বসান্ত্ৰ হব পাৰে আপুনি

◼️ ATMত অচিনাকি লোকক আপোনাৰ ATM Card ৰ পৰা ধন উলিয়াবলৈ দিয়ে নিকি আপুনি

◼️ ATMত অচিনাকি লোকক আপোনাৰ ATM কাৰ্ডখন দিয়াৰ আগতে ১০০ বাৰ ভাৱক

◼️ ATMত অচিনাকি লোকক ধন উলিয়াবলৈ দি বিপদত গুৱাহাটীৰ একাংশ প্রাপ্ত বয়স্কৰ লোক

◼️ ATMৰ পৰা ধন উলিয়াই দিয়াৰ উজুহাতত এটা দুষ্ট চক্ৰই সলনি কৰি নিয়ে ATM

◼️ ATM সলনি কৰি একাউণ্টৰ পৰা লুটি লৈ যায় সকলো ধন ।

◼️ তিনি চাৰি গৰাকীৰ যুৱক যুৱতীৰ দলে গুৱাহাটী মহানগৰীত সংহতিত কৰি আহিছে সন্ত্ৰাসৰ।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

16 + 3 =

Back to top button