Socialঅসমআন্তঃৰাষ্ট্ৰীয়ফেশ্বনবলিউডভাৰতমনোৰঞ্জনমুম্বাইশিল্পীসংগীতসংস্কৃতি

NMACCৰ উদ্বোধনী অনুষ্ঠানত আকৰ্ষণৰ কেন্দ্ৰবিন্দু হিচাপে কোন কোন তাৰকা থাকিল উপস্থিত?

অনুষ্ঠানটোত ৰিলায়েন্স ফাউণ্ডেচনৰ প্ৰতিষ্ঠাপক নীতা আম্বানীয়ে সোণালী পোছাক পিন্ধা দেখা গৈছিল।

ভাৰতীয় শিল্পকলাৰ সংৰক্ষণ আৰু প্ৰচাৰৰ লক্ষ্যৰে ৰিলায়েন্সে ৩১ মাৰ্চত উদ্বোধন কৰে দেশৰ প্ৰথমটো সাংস্কৃতিক কেন্দ্ৰ MMACC (Nita Mukesh Ambani Culturl Centre)। য’ত ভাৰতীয় কলা-সংস্কৃতিৰ শ্ৰেষ্ঠত্ব বিশ্বজুৰি প্ৰদৰ্শন আৰু দৃষ্টি আকৰ্ষণ কৰা হ’ব। ৩১ মাৰ্চ অৰ্থাত্‍ মুম্বাইত শুকুৰবাৰে অনুষ্ঠিত হৈছিল ‘নীতি মুকেশ আম্বানী সাংস্কৃতিক কেন্দ্ৰ’ৰ উদ্বোধনী অনুষ্ঠান । অনুষ্ঠানত মুকেশ আম্বানী আৰু নীতা আম্বানীকে ধৰি পৰিয়ালৰ সকলো সদস্যই একেলগে উপস্থিত আছিল।

Image

এই অনুষ্ঠানত আম্বানী পৰিয়ালৰ লগতে উপস্থিত আছিল বলীউড–হলীউডৰ বহুতো তাৰকা। বিদেশী অতিথিসকলৰ ভিতৰত উপস্থিত আছিল পেনেলোপ ক্ৰুজ (Penelope Cruz), টম হ’লেণ্ড (Tom Holland), জেণ্ডায়া (Zendaya), গিগি হাদিদ (Gigi Hadid) আৰু খ্ৰীষ্টান লৌবুটিন (Christian Louboutin)।

Image

বিদেশী অতিথিসকলৰ ভিতৰত উপস্থিত আছিল পেনেলোপ ক্ৰুজ (Penelope Cruz), টম হ’লেণ্ড (Tom Holland), জেণ্ডায়া (Zendaya), গিগি হাদিদ (Gigi Hadid) আৰু খ্ৰীষ্টান লৌবুটিন (Christian Louboutin)।

Image

অনুষ্ঠানটোত ৰিলায়েন্স ফাউণ্ডেচনৰ প্ৰতিষ্ঠাপক নীতা আম্বানীয়ে সোণালী পোছাক পিন্ধা দেখা গৈছিল।

Image

NMACCত আয়োজিত অনুষ্ঠানত নীতা আম্বানীয়ে ‘ৰঘুপতি ৰাঘৱ ৰাজা ৰাম’ গীতটোত সুন্দৰ নৃত্যও প্ৰদৰ্শন কৰিছিল। নৃত্যত তেওঁ সোণালী আৰু গুলপীয়া ৰঙৰ শাৰী পিন্ধা দেখা গৈছিল।  উদ্ধোধনী অনুষ্ঠানত নীতা আম্বানীয়ে প্ৰদৰ্শন কৰা নৃত্যই এতিয়া সামাজিক মাধ্যমত ভাইৰেল হৈ পৰিছে।

Nita Ambani performed at the NMACC gala in Mumbai. (Instagram)

 

 

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

1 + nineteen =

Back to top button