অসমৰাজনৈতিক

কেবিনেট বৈঠকৰ পিছতে সংবাদ মেলঃ কেইবাটাও গুৰুত্বপূৰ্ণ ঘোষণা

সংবাদ মেল সম্বোধন মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ

◾বঙাইগাঁৱত ৰাজ্যিক কেবিনেট বৈঠক
◾কেবিনেট বৈঠকৰ পিছতে সংবাদ মেল
◾সংবাদ মেল সম্বোধন মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ
◾জিলা উপায়ুক্তৰ কাৰ্যালয়ত অনুষ্ঠিত এই বৈঠকত হিতাধিকাৰীৰ ঘৰে ঘৰে যাব কেবিনেট মন্ত্ৰীসকল
◾শ্বিলঙৰ পৰিৱৰ্তে দিছপুৰত কেবিনেট পাতিছিল বিষ্ণুৰাম মেধিয়ে
◾অনুৰূপ সিদ্ধান্ত গ্ৰহণ কৰিছিল মহেন্দ্ৰমোহন চৌধুৰীয়ে
◾দুয়োৰে পাছত দিছপুৰৰ বাহিৰত প্ৰথমবাৰলৈ কেবিনেটৰ বৈঠক
◾দিছপুৰৰ বাহিৰত কৰা কেবিনেটে সহায় কৰিছে চৰকাৰক
◾ৰাইজৰ ওচৰলৈ যোৱাত সহায় কৰিছে কেবিনেট বৈঠকে
◾৫ জানুৱাৰীত হাফলঙত অনুষ্ঠিত হ’ব কেবিনেট বৈঠক
◾নতুন শিক্ষানীতিক লৈ গুৰুত্বপূৰ্ণ মন্তব্য মুখ্যমন্ত্ৰীৰ
◾ৰাষ্ট্ৰীয় শিক্ষানীতিক অনুসৰণ কৰি অসমত হ’ব নতুন শিক্ষানীতি
◾নতুন শিক্ষানীতিত নাথাকিব মেট্ৰিকৰ গুৰুত্ব
◾৫+৩+৩+৪ৰ আধাৰত হ’ব নতুন শিক্ষানীতি সম্পূৰ্ণ সলনি হ’ব পাঠ্যক্ৰম
◾১৫টা শ্ৰেণীত হ’ব স্কুলীয়া শিক্ষা ব্যৱস্থা
◾নৱমৰ পৰা দ্বাদশ শ্ৰেণীলৈ ছিনিয়ৰ ছেকেণ্ডাৰী
◾সত্ৰৰ ভূমি বেদখলক লৈ কেবিনেটৰ সিদ্ধান্ত
◾সত্ৰৰ ভূমি বেদখলমুক্ত কৰিবলৈ সমিতি গঠন
◾সমিতিৰ অধ্যক্ষ হ’ব প্ৰদীপ হাজৰিকা
◾সমিতিত থাকিব দুই সদস্য মৃণাল শইকীয়া আৰু ৰূপম শৰ্মা
◾বছৰৰ ৪টা দিন পিতৃ-মাতৃৰ সৈতে থাকিব মন্ত্ৰীসকল
◾চৰকাৰী কৰ্মচাৰীয়ে বছৰত পাব দুদিন ছুটী
◾৬ আৰু ৭ জানুৱাৰীত পাব অতিৰিক্ত ছুটী
◾চতুৰ্থ শ্ৰেণীৰ পৰা মন্ত্ৰীলৈকে পাব এই ছুটী

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

nineteen − nineteen =

Back to top button