Assamleatest updateঅসমদৈনিক বাতৰি

বাইহাটাৰ বিষক্ৰিয়া কাণ্ডৰ পৰিস্থিতিৰ অৱনতি, ক্ৰমান্বয়ে বৃদ্ধি পাইছে আক্ৰান্তৰ সংখ্যা

বাইহাটাৰ বিষক্ৰিয়া কাণ্ডৰ পৰিস্থিতিৰ অৱনতি, ক্ৰমান্বয়ে বৃদ্ধি পাইছে আক্ৰান্তৰ সংখ্যা

বাইহাটাৰ বিষক্ৰিয়া কাণ্ডৰ পৰিস্থিতিৰ অৱনতি

ক্ৰমান্বয়ে বৃদ্ধি পাইছে আক্ৰান্তৰ সংখ্যা

বাইহাটা চাৰিআলিৰ কলমনিত উদ্বেগজনক পৰিস্থিতি

বুট-মাহৰ বিষক্ৰিয়াকলৈ হাহাকাৰ পৰিৱেশ

এখন ব্যৱসায়িক প্ৰতিষ্ঠানৰ বুট-মাহ খাই বিষক্ৰিয়াত আক্ৰান্ত হৈছিল বহু সংখ্যক লোক। বহু কেইজন লোক চিকিৎসা কৰি ঘৰলৈ ওভতে যদিও পুনৰ আক্ৰান্ত হয় বিষক্ৰিয়াত। আক্ৰান্তৰ সংখ্যা শতাধিকলৈ বৃদ্ধি পোৱাৰ উদ্বেগজনক পৰিস্থিতিৰ সৃষ্টি হৈছে গাঁওখনত।

 

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

eighteen + seventeen =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.