অসমদৈনিক বাতৰি

মেঘালয় সোনাপুৰত পুনৰ ভূমিস্খলন, সোনাপুৰ ট্ৰানেলৰ সন্মুখত ভূমিস্খলন

মেঘালয় সোনাপুৰত পুনৰ ভূমিস্খলন, সোনাপুৰ ট্ৰানেলৰ সন্মুখত ভূমিস্খলন

মেঘালয় সোনাপুৰত পুনৰ ভূমিস্খলন

সোনাপুৰ ট্ৰানেলৰ সন্মুখত ভূমিস্খলন

বন্ধ হৈ পৰিছে শিলচৰ-গুৱাহাটী সংযোগী পথ

ভূমিস্খলনত পোত গৈছে এখন ট্ৰাক

ৰাজপথত আবদ্ধ হৈ পৰিছে শ শ যান-বাহন

প্ৰায় ৩৬ ঘন্টাৰ পাছত দেওবাৰে আৱেলি মুকুলি হৈছিল শিলচৰ-গুৱাহাটী সংযোগী পথছোৱা৷ পাহাৰৰ পৰা মাটি আৰু প্ৰকাণ্ড প্ৰকাণ্ড শিল খহি পুনৰ আজি বন্ধ হৈ পৰিছে পথছোৱা৷

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

1 × two =

Back to top button