অসমমেঘালয়

পূজা চাবলৈ গৈ অসমৰ দুই যুৱকৰ কৰুণ মৃত্যু

মেঘালয়ৰ পশ্চিম গাৰো পাহাৰত শোকাৱহ ঘটনা

পূজা চাবলৈ গৈ অসমৰ দুই যুৱকৰ কৰুণ মৃত্যু।
মেঘালয়ৰ পশ্চিম গাৰো পাহাৰত শোকাৱহ ঘটনা। পুজা চাবলৈ গৈ অসমৰ দুজন যুৱকৰ মঙলবাৰে নিশা মৃত্যু হয়। মটৰ চাইকেল লৈ পূজা চাবলৈ গৈছিল দুয়োজন যুবক। উভতি অহাৰ সময়তে মটৰ চাইকেল দুৰ্ঘটনাত মৃত্যু হয় যুৱক দুজনৰ। নিহত দুই যুৱক ক্ৰমে মুললুক চান, আহিনুৰ ইছলাম।
যুৱক দুজনৰ ঘৰ মানকাচৰৰ পানকাটা কুৰালভাঙ্গা গাঁৱৰ বুলি জানিব পৰা গৈছে।
ইতিমধ্যে, আৰক্ষীয়ে দুয়োজন যুৱকৰ মৃতদেহ দুটা উদ্ধাৰ কৰি মেঘালয়ৰ গাৰোবাধা স্বাস্থ্য কেন্দ্ৰত ৰাখিছে।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

five × four =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.