Assamleatest updatenationalnorth eastweatherঅসমপৰিৱেশবতৰ

বতৰ বিজ্ঞান বিভাগৰ Orange Alert আৰু Yellow Alert জাৰি

বতৰ বিজ্ঞান বিভাগৰ জৰুৰী নিৰ্দেশনা...

১১ জিলাত Orange Alert আৰু ২২ জিলাত Yellow Alert জাৰি কৰিলে বতৰ বিজ্ঞান বিভাগৰ ।  দক্ষিণ শালমৰা, ধুবুৰী, বৰপেটা, বাক্সা, তামুলপুৰ, নলবাৰী, কামৰূপ, কামৰূপ(মহানগৰ), দৰং, ওদালগুৰি, শোণিতপুৰ জিলাত Yellow Alert জাৰি কৰিছে বতৰ বিজ্ঞান বিভাগে। মৰিগাঁও, নগাঁও, পশ্চিম কাৰ্বি আংলং, হোজাই, কাৰ্বি আংলং, গোলাঘাট, যোৰহাট, ডিমা হাচাও, কাছাৰ, কৰিমগঞ্জ, হাইলাকান্দি জিলাত Yellow Alert জাৰি কৰিছে বতৰ বিজ্ঞান বিভাগে। কোকৰাঝাৰ, চিৰাং, বঙাইগাঁও, বিশ্বনাথ, লখিমপুৰ, ধেমাজি, মাজুলী, তিনিচুকীয়া, ডিব্ৰুগড়, চৰাইদেউ, শিৱসাগৰ জিলাত Orange Alert জাৰি কৰিছে বতৰ বিজ্ঞান বিভাগে। বিশ্বনাথ, লখিমপুৰ, ধেমাজি, মাজুলী, তিনিচুকীয়া, ডিব্ৰুগড়, চৰাইদেউ, শিৱসাগৰ জিলাত ঘণ্টাত ৪০ৰ পৰা ৫০ কিলোমিটাৰ গতিত আহিব ধুমুহা । তামুলপুৰ, কাৰ্বি আংলং, গোলাঘাট, যোৰহাট, ডিমা হাচাও, কাছাৰ, কৰিমগঞ্জ, হাইলাকান্দি জিলাত ঘণ্টাত ৩০ৰ পৰা ৪০ কিলোমিটাৰ গতিত আহিব ধুমুহা।  বতৰ বিজ্ঞান বিভাগে Orange Alert জাৰি কৰা জিলাসমূহত অতিপাত বৰষুণ।

 

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

10 − three =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.