অসম

দুচকীয়া বাহনৰ ক্ষেত্ৰত গুৱাহাটীত নতুন নিয়ম, নিয়ম নামানিলে ভৰিব লাগিব জৰিমনা

অন্যথা ভৰিব লাগিব এহেজাৰ টকাৰ জৰিমনা

◼️১ ডিচেম্বৰৰ পৰা গুৱাহাটীত প্ৰযোজ্য হ’ব নতুন নিয়ম

◼️দুচকীয়া বাহনৰ চালক-আৰোহীৰ বাবে নতুন নিয়ম

◼️চালক-আৰোহী দুয়োজনে পিন্ধিব লাগিব হেলমেট

◼️অন্যথা ভৰিব লাগিব এহেজাৰ টকাৰ জৰিমনা

◼️চাৰিচকীয়া বাহনৰ চালক, আৰোহীক চিটবেল্ট পিন্ধাৰ আহ্বান প্ৰশাসনৰ

◼️নিয়ম উলংঘা কৰিলে ১ ডিচেম্বৰৰ পৰা বিহা হ’ব জৰিমনা

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

fourteen − four =

Back to top button