leatest updateঅপৰাধঅসমঅসম আৰক্ষীগুৱাহাটীদৈনিক বাতৰিভাৰত

গুৱাহাটীত তামিলনাডু আৰক্ষীৰ বৃহৎ দল।

পোহৰলৈ আহিছে কুখ্যাত ড্ৰাগ্ছ মাফিয়াৰে অসমৰ সংযোগ

গুৱাহাটীত তামিলনাডু আৰক্ষীৰ অভিযান

পোহৰলৈ আহিছে কুখ্যাত ড্ৰাগ্ছ মাফিয়াৰে অসমৰ সংযোগ

তামিলনাডু আৰক্ষীৰ বৃহৎ দলে বাহৰ পাতিছে গুৱাহাটীত

ত্ৰিবান্দ্ৰম আৰক্ষীৰ জালত ড্ৰাগ্ছ মাফিয়া ৰমেশ জী

ৰমেশৰ ভাষ্যৰ ভিত্তিত হাতীগাঁৱত গ্ৰেপ্তাৰ ড্ৰাগ্ছ মাফিয়া

হাতীগাঁৱৰ পৰা গ্ৰেপ্তাৰ ড্ৰাগ্ছ মাফিয়া নৱজ্যোতিক

নৱজ্যোতিক লগত লৈ গুৱাহাটীৰ ভিন্ন স্থানত অভিযান

নৱজ্যোতিৰ বিৰুদ্ধে আছে হত্যাৰো অভিযোগ

অভিযানৰ মাজতে বিশেষ আদালতত হাজিৰ ৩ অভিযুক্তক

গুৱাহাটীত ড্ৰাগ্ছৰ বেহা চলাইছিল ৰমেশ জী, মৰিয়েম আপ্পাই

Pratham Khabar News

প্ৰথম খবৰ 24/7 হৈছে অসমীয়া ছেটেলাইট নিউজ চেনেল 'নিউজ টাইম অসম'ৰ ৱেব চাইট। যি আপোনাক স্থানীয় আৰু লগতে দেশ-বিদেশৰ শেহতীয়া খবৰ দি থাকে।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

nine + 16 =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.